అర్థం : বিৰোধ কৰোতা ব্যক্তি
ఉదాహరణ :
বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
పర్యాయపదాలు : বিৰোধক
అర్థం : যি বিৰোধত আছে
ఉదాహరణ :
এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
అర్థం : বিৰোধ কৰোতা
ఉదాహరణ :
বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?