సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শত্রুৰ ভাব বা কার্য
ఉదాహరణ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
పర్యాయపదాలు : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
అర్థం : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
ఉదాహరణ : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
పర్యాయపదాలు : প্রতিৰোধ, বিৰোধ, বিৰোধাচৰণ
ఆప్ స్థాపించండి