సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
ఉదాహరణ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
పర్యాయపదాలు : খণ্ডন, প্রতিবাদ
అర్థం : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
ఉదాహరణ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
పర్యాయపదాలు : আপত্তি
అర్థం : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
ఉదాహరణ : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
పర్యాయపదాలు : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
ఆప్ స్థాపించండి