సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আমনি লগা কার্য ্বা ভাব
ఉదాహరణ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
అర్థం : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ఉదాహరణ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
పర్యాయపదాలు : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
అర్థం : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ఉదాహరణ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
పర్యాయపదాలు : অন্যমনস্ক, উদাস, ম্লান
ఆప్ స్థాపించండి