అర్థం : বিহাৰত কোৱা এক ধৰণৰ ভাষা
ఉదాహరణ :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
అర్థం : বিহাৰ ৰাজ্যৰ অধিবাসী
ఉదాహరణ :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
అర్థం : বিহাৰৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
అర్థం : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ