అర్థం : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
ఉదాహరణ :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
పర్యాయపదాలు : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
అర్థం : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
ఉదాహరణ :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
పర్యాయపదాలు : প্রসাৰতি হোৱা