అర్థం : কোনো বস্তুৰ প্রসাৰিতকৰণ
ఉదాహరణ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
పర్యాయపదాలు : বহলকৈ মেলা, মেলা, মেলি দিয়া
అర్థం : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা
ఉదాహరణ :
বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে
పర్యాయపదాలు : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা