అర్థం : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
ఉదాహరణ :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
పర్యాయపదాలు : ্সন্দর্ভ
అర్థం : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
ఉదాహరణ :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
అర్థం : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
ఉదాహరణ :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
పర్యాయపదాలు : বিষয়-বস্তু