అర్థం : আঘাত আদি লাগিলে অসুবিধা পোৱা কার্য
ఉదాహరణ :
শিলত খুন্দা খোৱাৰ লগে লগে মোৰ মূৰ বিষাবলে ধৰিলে
పర్యాయపదాలు : দুখ পোৱা, পীড়া হোৱা
అర్థం : অত্যধিক পীড়া হোৱা
ఉదాహరణ :
আজি ৰাতিপুৱাৰ পৰা মোৰ মূৰটো বিষাইছে