అర్థం : যাৰ কোনো বিষয়ত বিশেষ জ্ঞান আছে বা যি কোনো কাম, বস্তু আদিৰ বিষয়ে ভালকৈ জানে
ఉదాహరణ :
তেওঁ চর্ম ্ ৰোগ বিশেষজ্ঞ
పర్యాయపదాలు : বিশাৰদ
అర్థం : কোনো বিশেষ বিষয় আদিৰ লগত সম্বন্ধ ৰাখোঁতা
ఉదాహరణ :
ইয়াৰ বৃতান্ত আপোনাক কোনো বিশেষজ্ঞইহে দিব পাৰিব