అర్థం : থালী বা পাতত আহাৰ দিয়া কার্য
ఉదాహరణ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
పర్యాయపదాలు : পৰিৱেশন কৰা, বঢ়া
అర్థం : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ఉదాహరణ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
పర్యాయపదాలు : পৰিৱেশন কৰা