సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
ఉదాహరణ : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
అర్థం : যিটো লুপ্ত হৈ গৈছে
ఉదాహరణ : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
పర్యాయపదాలు : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
అర్థం : লীন হৈ থকা
ఉదాహరణ : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
అర్థం : যিটো নাশ হৈছে
ఉదాహరణ : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
పర్యాయపదాలు : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
ఆప్ స్థాపించండి