అర్థం : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
ఉదాహరణ :
এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
అర్థం : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
ఉదాహరణ :
এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
పర్యాయపదాలు : বিধেয়ক