పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিভা అనే పదం యొక్క అర్థం.

বিভা   বিশেষ্য

అర్థం : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে

ఉదాహరణ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল

పర్యాయపదాలు : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা

అర్థం : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা

ఉదాహరణ : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়

పర్యాయపదాలు : অংশু, কিৰণ, ৰশ্মি

అర్థం : এক ধৰণৰ প্রকাশ বা পোহৰ

ఉదాహరణ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল

పర్యాయపదాలు : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা