పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিপদ అనే పదం యొక్క అర్థం.

বিপদ   বিশেষ্য

అర్థం : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

ఉదాహరణ : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

పర్యాయపదాలు : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

అర్థం : কল্যাণ বা মংগল নথকা

ఉదాహరణ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

పర్యాయపదాలు : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিমংগল, বিমঙ্গল

అర్థం : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে

ఉదాహరణ : সংকটতত মগজুৱে কাম নকৰা হয়

పర్యాయపదాలు : সংকট

అర్థం : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা

ఉదాహరణ : বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই