పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিন্দু అనే పదం యొక్క అర్థం.

বিন্দু   বিশেষ্য

అర్థం : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি

ఉదాహరణ : লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে

అర్థం : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন

ఉదాహరణ : এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে

పర్యాయపదాలు : ফোঁট

అర్థం : পানী আদি জুলীয়া পদার্থ ় পৰোতে হোৱা সৰু বড়িৰ নিচিনা অংশ

ఉదాహరణ : টোপাল টোপালকৈ পানী পৰি কলহটো ভৰিল

పర్యాయపదాలు : টোপা, টোপাল, ফোঁটা