పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিনিয়োজন అనే పదం యొక్క అర్థం.

বিনিয়োজন   বিশেষ্য

అర్థం : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা

ఉదాహరణ : কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে

పర్యాయపదాలు : বিনিয়োগ

అర్థం : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য

ఉదాహరణ : তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে

పర్యాయపదాలు : বিনিয়োগ

అర్థం : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য

ఉదాహరణ : তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে

పర్యాయపదాలు : বিনিয়োগ

అర్థం : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ

ఉదాహరణ : মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে

పర్యాయపదాలు : বিনিয়োগ