సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ধ্বংস কৰা ব্যক্তি
ఉదాహరణ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
పర్యాయపదాలు : ধ্বংসকাৰী, নাশী, বিনাশক, সংহাৰক
అర్థం : যিটো নষ্ট হৈ যায়
ఉదాహరణ : এই দেহা নশ্বৰ
పర్యాయపదాలు : অনিত্য, অশাশ্বত, ক্ষয়শীল, নশ্বৰ, ভঙ্গুৰ
అర్థం : যি নাশ কৰে
ఉదాహరణ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
పర్యాయపదాలు : নাশক, বিনাশক
అర్థం : যি নাশ বা ধ্বংসৰ যোগ্য
ఉదాహరణ : বিনাশশীল বস্তুক যিমানেই সাৱধানে নৰখা কিয়, এদিন সি নাশ হʼবই
పర్యాయపదాలు : ধ্বংসনীয়, নাশশীল, বিনাশশীল
ఆప్ స్థాపించండి