సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সন্মুখ বা ওচৰত আহি থকা
ఉదాహరణ : আজি শ্রেণীত দহজন ছাত্র উপস্থিত আছিল কোঠাৰ সকলো বস্তু নিজ নিজ ঠাইত মজুত আছিল
పర్యాయపదాలు : উপস্থিত, মজুত, মজুদ, হাজিৰ
అర్థం : যাৰ অস্তিত্ব আছে
ఉదాహరణ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
పర్యాయపదాలు : জনা-শুনা, বাহাল, বিৰাজমান, স্থিত
ఆప్ స్థాపించండి