సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ఉదాహరణ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
పర్యాయపదాలు : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
అర్థం : শত্রুৰ ভাব বা কার্য
ఉదాహరణ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
పర్యాయపదాలు : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ఆప్ స్థాపించండి