అర్థం : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
ఉదాహరణ :
তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
అర్థం : অনাহকত কৰা তর্ক ্বা বিবাদ
ఉదాహరణ :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
పర్యాయపదాలు : বাক-বিতণ্ডা, বাদ-বিতণ্ডা