సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে বিজয় লাভ কৰিছে
ఉదాహరణ : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
పర్యాయపదాలు : অভিজিত, বিজয়ী
అర్థం : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ఉదాహరణ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
పర్యాయపదాలు : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজয়ী, সফল
అర్థం : পৰাজিত কৰোতা
ఉదాహరణ : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
ఆప్ స్థాపించండి