సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
ఉదాహరణ : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
పర్యాయపదాలు : দণ্ড, বাড়ি, মাৰি, লাঠী
అర్థం : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
ఉదాహరణ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
పర్యాయపదాలు : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
అర్థం : মোটা আকাৰৰ ডাঙৰ মাৰি
ఉదాహరణ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
పర్యాయపదాలు : দণ্ড, লাঠি
ఆప్ స్థాపించండి