సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পাব পৰা সীমাৰ বাহিৰত
ఉదాహరణ : এইটো মোৰ বোধগম্যতাৰ বাহিৰত
అర్థం : অধিকাৰ, প্রভাৱ আদিৰ পৰা আঁতৰত
ఉదాహరణ : এই কামটো মোৰ সীমাৰ বাহিৰত
అర్థం : কোনো বস্তুৰ বা ঘৰৰ সীমাৰ পৰা আঁতৰত
ఉదాహరణ : বʼলক বাহিৰলৈ যাওঁ ্ মোৰ ঘৰ এই গাঁওখনৰ বাহিৰত
పర్యాయపదాలు : বাজত, বাজলৈ, বাহিৰলৈ
ఆప్ స్థాపించండి