సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সলনি নোহোৱা অৱস্থাত
ఉదాహరణ : আমি আমাৰ প্রগতিক এনেদৰেই বাহাল ৰখা উচিত
అర్థం : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
ఉదాహరణ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
పర్యాయపదాలు : অক্ষুণ্ণ, অটল, অপৰিবর্ত্তিত
అర్థం : যাৰ অস্তিত্ব আছে
ఉదాహరణ : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
పర్యాయపదాలు : জনা-শুনা, বিদ্যমান, বিৰাজমান, স্থিত
ఆప్ స్థాపించండి