సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
ఉదాహరణ : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
పర్యాయపదాలు : জোৰৱান, বলৱান, বীৰ, বীৰ পুৰুষ
అర్థం : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
ఉదాహరణ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
పర్యాయపదాలు : পৰাক্রমী, বলৱান, বীৰ, সাহসী, সুৰ
అర్థం : যাৰ সাহস আছে বা সাহস ৰাখোতা
ఉదాహరణ : সাহসী লোকে নিজৰ সাহসেৰে ডাঙৰ কাম কৰি দেখুৱায়
పర్యాయపదాలు : সাহসী
ఆప్ స్థాపించండి