సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
ఉదాహరణ : বালীক ভগৱান ৰামে মাৰিছিল
అర్థం : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
ఉదాహరణ : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
పర్యాయపదాలు : বালী দ্বীপ
అర్థం : বালী দ্বীপৰ লোকৰ ভাষা
ఉదాహరణ : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
పర్యాయపదాలు : বালী ভাষা
అర్థం : যি লিপিত বালী ভাষা লিখা হয়
ఉదాహరణ : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
పర్యాయపదాలు : বালী লিপি
ఆప్ స్థాపించండి