సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পিতৃক কৰা সম্বোধন
ఉదాహరణ : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
పర్యాయపదాలు : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতা, পিতাই, পিতাদেউ, ববাই, বাপ, বোপাই
అర్థం : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ఉదాహరణ : মোৰ দেউতা এজন অধ্যাপক
పర్యాయపదాలు : আব্বা, আব্বাজান, জনক, দেউতা, পিতা, পিতাই, পিতৃ
ఆప్ స్థాపించండి