సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
ఉదాహరణ : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
పర్యాయపదాలు : বান, মথাউৰি
అర్థం : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ఉదాహరణ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
పర్యాయపదాలు : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
ఆప్ స్థాపించండి