సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বাধা উৎপন্ন কৰা ব্যক্তি
ఉదాహరణ : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
అర్థం : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
ఉదాహరణ : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
పర్యాయపదాలు : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
ఆప్ స్థాపించండి