సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ఉదాహరణ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
పర్యాయపదాలు : কায়দা, নিয়ম, সিদ্ধান্ত
అర్థం : ঋষি আদিৰ মান্য উপদেশ
ఉదాహరణ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
పర్యాయపదాలు : মত, সিদ্ধান্ত
అర్థం : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ఉదాహరణ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
పర్యాయపదాలు : মত, মতবাদ, সিদ্ধান্ত
ఆప్ స్థాపించండి