సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
ఉదాహరణ : সৰস্বতীৰ বাহন হংস
పర్యాయపదాలు : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
అర్థం : কোৱা কথা
ఉదాహరణ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
పర్యాయపదాలు : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
అర్థం : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ఉదాహరణ : আনৰ ভাল লগা কথাহে কোৱা উচিত
పర్యాయపదాలు : কথা, বচন
ఆప్ స్థాపించండి