అర్థం : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
ఉదాహరణ :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
పర్యాయపదాలు : কেঁচুৱাশিশু, পেন্দুকণা, বালক
అర్థం : কম বয়সীয়া লʼৰা বা ছোৱালী
ఉదాహరణ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
పర్యాయపదాలు : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী