అర్థం : বহুত কথা কʼব পৰাজন
ఉదాహరణ :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
పర్యాయపదాలు : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
అర్థం : কথা-বতৰা পতাত চতুৰ
ఉదాహరణ :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে