అర్థం : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
ఉదాహరణ :
এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
పర్యాయపదాలు : একুৰি দুই, দ্বাবিংশতি
అర్థం : বিশ আৰু দুই
ఉదాహరణ :
নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
పర్యాయపదాలు : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি