సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বহুত কথা কʼব পৰাজন
ఉదాహరణ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
పర్యాయపదాలు : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
అర్థం : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
ఉదాహరణ : ৰামু এজন বহুবল্কী ব্যক্তি
పర్యాయపదాలు : কথকী
అర్థం : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
ఉదాహరణ : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
పర్యాయపదాలు : অতিবক্তা, অতিভাষী, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, চেলেপু
ఆప్ స్థాపించండి