అర్థం : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ఉదాహరణ :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
పర్యాయపదాలు : উঠোৱা
అర్థం : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
ఉదాహరణ :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
అర్థం : কোনো পদত কার্যনি্র্বাহ কৰা
ఉదాహరణ :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
పర్యాయపదాలు : আসীন কৰা