అర్థం : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
ఉదాహరణ :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
పర్యాయపదాలు : খাৰিজ
అర్థం : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
ఉదాహరణ :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
పర్యాయపదాలు : খাৰিজ