అర్థం : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
ఉదాహరణ :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
పర్యాయపదాలు : কাতি হোৱা
అర్థం : অলপ আঁউজি বা আহল বহলকৈ বহা
ఉదాహరణ :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
పర్యాయపదాలు : হেলান দিয়া