సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কপাহ, ৰেচম, ঊণ আদিৰ সূতাৰে বোৱা বস্তু
ఉదాహరణ : তেওঁ ্কামিজটো চিলোৱাৰ কাৰণে দুই মিটাৰ টেৰিলিনৰ কাপোৰ কিনিলে
పర్యాయపదాలు : কাপোৰ, বসন
అర్థం : পিন্ধা কাপোৰ
ఉదాహరణ : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
పర్యాయపదాలు : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
ఆప్ స్థాపించండి