పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বর্গ అనే పదం యొక్క అర్థం.

বর্গ   বিশেষ্য

అర్థం : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে

ఉదాహరణ : ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ

పర్యాయపదాలు : গণ

అర్థం : জীৱবিজ্ঞানত জীৱিত প্রাণীক কৰা সকলোতকৈ ডাঙৰ পাঁচটা বিভাগৰ প্রত্যেকটো

ఉదాహరణ : জীৱ-বিজ্ঞানৰ ছাত্র হোৱাৰ কাৰণে মই বর্গৰ বিষয়ে ভালদৰে জানো

అర్థం : যাৰ দীঘ, প্রস্থ আৰু চাৰিটা কোণ সমপৰিমাণৰ হয়

ఉదాహరణ : এইটো পাঁচ ছেণ্টিমিটাৰৰ বর্গ

అర్థం : শ্্ব্দশাস্ত্রত একে স্থানৰ পৰা উচ্চাৰিত হোৱা স্পর্শ ব্যঞ্জন বর্ণৰ সমূহ

ఉదాహరణ : হিন্দী ব্যঞ্জনবর্ণক ক-বর্গ, চ-বর্গ, ট-বর্গ আদি ্বর্গত বিভাজিত কৰা হৈছে

అర్థం : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

ఉదాహరణ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

పర్యాయపదాలు : গোট, শ্রেণী