అర్థం : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
ఉదాహరణ :
పర్యాయపదాలు : টান কৰা
అర్థం : যিকোনো বস্তুক একগোট কৰি বন্ধা
ఉదాహరణ :
বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
పర్యాయపదాలు : পেক কৰা
అర్థం : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
ఉదాహరణ :
তেওঁ খৰিবোৰ বান্ধি আছে
పర్యాయపదాలు : গ্রন্থন কৰা, জৰী পকা
అర్థం : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
ఉదాహరణ :
ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে