అర్థం : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ఉదాహరణ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
పర్యాయపదాలు : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা
అర్థం : ৰোধ বা ৰৈ যোৱা
ఉదాహరణ :
পানী যোৱা নলাটো অৱৰোধ হৈ গʼল
పర్యాయపదాలు : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা