పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বন্ধ কৰা అనే పదం యొక్క అర్థం.

বন্ধ কৰা   ক্ৰিয়া

అర్థం : প্রথা বন্ধ কৰা কার্য

ఉదాహరణ : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

పర్యాయపదాలు : উঠাই দিয়া, নিষিদ্ধ কৰা

అర్థం : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

ఉదాహరణ : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

అర్థం : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

ఉదాహరణ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

పర్యాయపదాలు : জপোৱা

అర్థం : দুৱাৰ আদি বন্ধ কৰা কার্য

ఉదాహరణ : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

పర్యాయపదాలు : জপাই দিয়া

అర్థం : বাধা প্রদান কৰা

ఉదాహరణ : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

పర్యాయపదాలు : অৱৰোধ কৰা

అర్థం : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

ఉదాహరణ : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

పర్యాయపదాలు : ৰুধা

అర్థం : ভাট্টা আদি নিদিয়া

ఉదాహరణ : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে