అర్థం : প্রথা বন্ধ কৰা কার্য
ఉదాహరణ :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
పర్యాయపదాలు : উঠাই দিয়া, নিষিদ্ধ কৰা
అర్థం : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
ఉదాహరణ :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
అర్థం : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
ఉదాహరణ :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
పర్యాయపదాలు : জপোৱা
అర్థం : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
ఉదాహరణ :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
పర్యాయపదాలు : ৰুধা
అర్థం : ভাট্টা আদি নিদিয়া
ఉదాహరణ :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে