పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বন্ধ అనే పదం యొక్క అర్థం.

বন্ধ   বিশেষ্য

అర్థం : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

ఉదాహరణ : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

పర్యాయపదాలు : হৰতাল

বন্ধ   বিশেষণ

అర్థం : আৱদ্ধ হৈ থকা

ఉదాహరణ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

పర్యాయపదాలు : আৱদ্ধ

అర్థం : যিটো প্রবাহিত নহয়

ఉదాహరణ : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

పర్యాయపదాలు : অপ্রবাহিত, অপ্রৱাহিত

అర్థం : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

ఉదాహరణ : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

అర్థం : ৰৈ থকা

ఉదాహరణ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

పర్యాయపదాలు : গতিহীন

అర్థం : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

ఉదాహరణ : সৌ বন্ধ নলাটো চাফা কৰি আছে

పర్యాయపదాలు : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ