సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অপৰাধী, শত্রু আদি ধৰা কার্য
ఉదాహరణ : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
పర్యాయపదాలు : কয়দ
అర్థం : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
ఉదాహరణ : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
అర్థం : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ఉదాహరణ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
పర్యాయపదాలు : কাৰাবাস, কয়েদ
అర్థం : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
ఉదాహరణ : এজন কয়দী জেলৰ পৰা পলাল
పర్యాయపదాలు : কাৰাবাসী, কয়দী
ఆప్ స్థాపించండి