పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বনোৱা అనే పదం యొక్క అర్థం.

বনোৱা   বিশেষ্য

అర్థం : বনোৱাৰ কাম

ఉదాహరణ : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

అర్థం : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ఉదాహరణ : আমি দুগোল দিলোঁ

పర్యాయపదాలు : কৰা, দিয়া

అర్థం : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

ఉదాహరణ : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

పర్యాయపదాలు : নিযুক্ত কৰা

అర్థం : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ఉదాహరణ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

పర్యాయపదాలు : উঠোৱা, গঁথ্া, সজা, সাজি থকা

అర్థం : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ఉదాహరణ : কুমাৰে কলহ নি্র্মাণ কৰে

పర్యాయపదాలు : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

అర్థం : ঘৰ বা দেৱাল আদি বনোৱা

ఉదాహరణ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

పర్యాయపదాలు : উঠোৱা, সজা

అర్థం : কোনো ৰূপলৈ অনা

ఉదాహరణ : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

అర్థం : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ఉదాహరణ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

పర్యాయపదాలు : কৰা, সজোৱা