సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ఉదాహరణ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
పర్యాయపదాలు : গুণ্ডা, দাদা, বজ্জাত, বদমাছ
అర్థం : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ఉదాహరణ :
పర్యాయపదాలు : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা
అర్థం : যিজনে বৰ উৎপাত কৰে
ఉదాహరణ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
పర్యాయపదాలు : উৎপতীয়া, খটাসুৰ, দুষ্ট
అర్థం : যি উপদ্রৱ কৰে
ఉదాహరణ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
పర్యాయపదాలు : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া
ఆప్ స్థాపించండి