పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বঢ়া అనే పదం యొక్క అర్థం.

বঢ়া   বিশেষ্য

అర్థం : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

ఉదాహరణ : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

పర్యాయపదాలు : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

అర్థం : গণনা বা জোখ-মাপত অধিক হোৱা

ఉదాహరణ : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

పర్యాయపదాలు : অধিক হোৱা

అర్థం : থালী বা পাতত আহাৰ দিয়া কার্য

ఉదాహరణ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

పర్యాయపదాలు : পৰিৱেশন কৰা, বিলোৱা

అర్థం : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ఉదాహరణ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

పర్యాయపదాలు : উলিওৱা, কঢ়া

అర్థం : বর্ধন ্ কার্য

ఉదాహరణ : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

పర్యాయపదాలు : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

అర్థం : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

ఉదాహరణ : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে