సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
ఉదాహరణ : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
పర్యాయపదాలు : হাট
అర్థం : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
ఉదాహరణ : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
అర్థం : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
ఉదాహరణ : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
పర్యాయపదాలు : মার্কেট, হাট, হাটখোলা
ఆప్ స్థాపించండి